মুখ্য-পৃষ্ঠা

বিশিষ্ট অভিনেতা ৠষি কাপুৰ আৰু নাই, অমিতাভ বচ্চনে সদৰি কৰিলে এই খবৰ…

asomiyapratidin
  • অভিনেতা ৠষি কাপুৰ আৰু নাই।
  • বিশিষ্ট অভিনেতা অমিতাভ বচ্চনে এই কথা সদৰি কৰিছে।
  • মুম্বাইৰ এইচ ডি ৰিলায়েন্স ফাউণ্ডেচন হাস্পতালত নিশা তেওঁক ভৰ্তি কৰা হৈছিল।
  • অমিতাভ বচ্চনে টুইটাৰযোগে তেওঁৰ মৃত্যুৰ কথা সদৰি কৰিছে।
  • উল্লেখ্য যে, কেন্সাৰত আক্ৰান্ত অভিনেতাজন বিগত বৰ্ষৰ ছেপ্তেম্বৰত আমেৰিকাত চিকিৎসা কৰি উভতিছিল দেশলৈ।