মুখ্য-পৃষ্ঠা

১৫জুলাইত ঘোষণা কৰা হ’ব CBSEৰ দশম শ্ৰেণীৰ ফলাফল…

asomiyapratidin

ডিজিটেল ডেস্কঃ সোমবাৰে চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতে অহা বুধবাৰ তথা ১৫জুলাইত ঘোষণা কৰা হ'ব চি বি এছ ই দশম মান শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। কেন্দ্ৰীয় মন্ত্ৰী ড০ ৰমেশ পোখিয়ালে এই কথা টুইটাৰযোগে সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে লগতে আগতীয়াকৈ সকলো পৰীক্ষাৰ্থীক শুভকামনা জ্ঞাপন কৰে।