মুখ্য-পৃষ্ঠা

হাইলাকান্দিত উদ্ধাৰ ৭টা বিলুপ্তপ্রায় প্রজাতিৰ বান্দৰ...

Asomiya Pratidin
  • হাইলাকান্দিত উদ্ধাৰ ৭টা বিলুপ্তপ্রায় প্রজাতিৰ বান্দৰ

  • মিজোৰামৰ আইজলৰ পৰা অহা এখন ট্রাকৰ পৰা উদ্ধাৰ

  • আৰক্ষীয়ে আটক কৰে ট্রাকখনৰ চালক ৰাকেশ দেৱ বৰ্মাক

  • মিজোৰামৰ পৰা মেঘালয়লৈ আহি থকা সময়তে জব্দ ট্রাকখন

  • জব্দকৃত ট্রাকখনৰ নম্বৰ NL O1 AD 4984

  • বান্দৰকেইটাক উদ্ধাৰ কৰি আৰক্ষীয়ে বন বিভাগক চমজাই দিয়ে

  • আন্তৰ্জাতিক বজাৰত বান্দৰকেইটাৰ মূল্য কেইবা কোটি টকা