মুখ্য-পৃষ্ঠা

ৰঙিয়াত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী…

asomiyapratidin
  • ৰঙিয়াত আৰক্ষীৰ অভিযান।
  • পিতাম্বৰ হাট বজালীৰ ড্ৰাগছ মাফিয়া ৰেকিব আলী ওৰফে ফহিজৰ ঘৰত অভিযান আৰক্ষীৰ ।
  • ড্ৰাগছ মাফিয়া ফহিজৰ পলায়ন ।
  • আৰক্ষীয়ে ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি গুলীচালনা ।
  • ড্ৰাগছ মাফিয়া ফহিজৰ ঘৰৰ পৰা প্ৰায় ৩ লাখ ৩০ হাজাৰ টকা মূল্যৰ ৫১ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ ।
  • ড্ৰাগছ মাফিয়া ফহিজৰ ভগ্নীক আটক ।