মুখ্য-পৃষ্ঠা

ৰাকুলপ্ৰীত সিং আৰু সিমোন খাম্বাটাক সোধ পোছৰ বাবে তলব এনচিবিৰ…

asomiyapratidin

ডিজিটেল ডেস্ক : বলীউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সৈতে সম্পৰ্কিত ড্ৰাগছৰ গোচৰত জালত পৰিব পাৰে তাৰকা । ড্ৰাগছৰ গোচৰত জেলত বন্ধ হৈ থকা ৰিয়া চক্ৰবৰ্তীয়ে আৰক্ষীৰ জেৰাত অভিনেত্ৰী ৰাকুলপ্ৰীত সিং,চাৰা আলী খান আৰু শ্ৰদ্ধা আলী খানৰ নাম কৈছিল।

ৰিয়াৰ ভাষ্যক ভিত্তি কৰি এনচিবিযে ৰাকুলপ্ৰীত সিং আৰু ফেশ্বন ডিজাইনাৰ সিমোন খাম্বাটাক সোধ পোচৰ বাবে তলব কৰে ।দুযোকে ড্ৰাগছ গোচৰৰ সংযোগ সম্পৰ্কে সোধ পোচ কৰা হ'ব । আগন্তুক দিনত দিপিকা পাডুকন,শ্ৰদ্ধা কাপুৰ আৰু চাৰা আলী খানকো সোধ পোচ কৰাৰ সম্ভাবনা ।