মুখ্য-পৃষ্ঠা

ৰাজ্যসভা LIVE UPDATES

asomiyapratidin

দিনৰ ২.৩০ বজাতঃ বুধবাৰে দিনৰ ১১ বজালৈ স্থগিত ৰাজ্যসভাৰ কাৰ্যসূচী

দিনৰ ১২.০০ বজাতঃ ৰাজ্যসভাত উত্তপ্ত পৰিস্থিতি। ২ বজালৈ ৰাজ্যসভাৰ কাম কাজ স্থগিত।

দিনৰ ১১.৩০ বজাতঃ ৰাজ্যসভাত চলি আছে প্ৰশ্নোত্তৰ শিতান।

দিনৰ ১১.১৫ বজাতঃ ৰাজ্যসভাৰ কাম-কাজ পৰিচালিত কৰিছে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে।

দিনৰ ১১.০০ বজাতঃ চলি আছে ৰাজ্যসভাৰ কাম-কাজ।