মুখ্য-পৃষ্ঠা

২৭বছৰীয়া যাত্ৰাৰ অৱসান! আছুৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনৰ পদত্যাগ…

asomiyapratidin

ডিজিটেল সংবাদ, সৰুপথাৰঃ আছুৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনৰ পদত্যাগ ।
আজি সৰুপথাৰত আনুষ্ঠানিক ভাৱে ঘোষনা কৰে ৰাজু ফুকনে। আছুত বিগত ২৭ বছৰ ধৰি সেৱা আগবঢ়ায় ৰাজু ফুকনে। আছুৰ ৰাজনৈতিক দলত যোগদানৰ সম্ভাৱনা ৰাজু ফুকনৰ। সৰুপথাৰত ধনশিৰি মহকুমা ছাত্ৰ সন্হায়ে আনুষ্ঠানিক বিদায় সম্বৰ্ধনা জ্ঞাপন।