মুখ্য-পৃষ্ঠা

ৰাজনৈতিক অস্থিৰতাৰ মাজতে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ দুই ঘনিষ্ঠৰ বাসগৃহত আয়কৰৰ তালাচী…

asomiyapratidin
  • ৰাজস্থানত ৰাজনৈতিক অস্থিৰতাৰ মাজতে আয়কৰ বিভাগৰ ৰহস্যজনক অভিযান।
  • মুখ্যমন্ত্ৰী অশোক গেহলটৰ দুই ঘনিষ্ঠৰ ঘৰত হঠাৎ আয়কৰ বিভাগ।
  • কংগ্ৰেছ নেতা ধৰ্মেন্দ্ৰ সিং ৰাথো আৰু ৰাজীৱ আৰোৰাৰ ঘৰত আয়কৰ বিভাগৰ তালাচী।
  • এই দুয়োজন নেতা অশোক গেহলটৰ অতিকৈ ঘনিষ্ঠৰূপে পৰিচিত।