- বুধবাৰে ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত মন্তব্য কৰে গৃহ মন্ত্ৰী ৰাজনাথ সিঙে।
- তেওঁ কয় যে- 'ৰাম মন্দিৰ নিৰ্মাণ কৰিলে সকলো সুখী হ'ব।'
- 'আমি ভাবো যে ৰাম মন্দিৰ নিৰ্মাণ হ'ব লাগে।'
- 'এক ভাল বাতাবৰণত নিৰ্মাণ হ'ব লাগে মন্দিৰটো।'
- এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে গৃহ মন্ত্ৰীগৰাকীয়ে।