কোৰোনাত আক্ৰান্ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। টুইটাৰযোগে এই কথা সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। কোভিড টেষ্ট কৰাৰ পাছত তেওঁৰ দেহত ধৰা পৰে কোভিড পজিটিভ। যোৱা কিছুদিনত তেওঁৰ সংস্পৰ্শলৈ অহা লোকক কোভিড টেষ্ট কৰিবলৈ আহ্বান জনাই ৰাজনাথ সিঙে।