মুখ্য-পৃষ্ঠা

ৰাজস্থান বিজেপিৰ সভাপতি সতীশ পুনীয়াৰ কোভিড পজিটিভ…

asomiyapratidin
  • ৰাজস্থান বিজেপিৰ সভাপতি সতীশ পুনীয়া কোৰোনাত আক্ৰান্ত।
  • শুকুৰবাৰে তেওঁৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।
  • টুইটাৰযোগে খোদ বিজেপি সভাপতিগৰাকীয়ে সদৰী কৰে এই কথা।
  • বৰ্তমান তেওঁক হোম আইছ'লেশ্যনত ৰখা হৈছে।
  • পুনীয়াই তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলকো কোভিড টেষ্ট কৰাবলৈ আহ্বান জনায়।