ৰাজস্থানত সংঘটিত হৈছে শোকাৱহ ঘটনা।বুন্দীত নদীত বাগৰি পৰিল যাত্ৰীসহ বাহন।কেবাজনো ব্যক্তিৰ মৃত্যুৰ আশংকা।.পানীত যাত্ৰীসহ আবদ্ধ হৈ আছে বাছখন।বৰ্তমানেও জানিব পৰা হোৱা নাই নিহত লোকৰ সংখ্যা।