- দিল্লীত কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠকত।
- ৰাহুল গান্ধীৰ অধ্যক্ষতাত আৰম্ভ হৈছে এই বৈঠক।
- বৈঠকত উপস্থিত আছে মনমোহন সিঙকে ধৰি দলটোৰ শীৰ্ষ নেতৃত্ব।
- নিৰ্বাচনত প্ৰাৰ্থিত্ব চূড়ান্তৰ সন্দৰ্ভত ল'ব সিদ্ধান্ত।
- কেবাটাও সমষ্টিৰ প্ৰাৰ্থীৰ নাম এতিয়াও দলটোৱে চূড়ান্ত কৰা নাই।
- অসমৰ গুৱাহাটীকে ধৰি বৰপেটা, ধুবুৰী সমষ্টিৰ প্ৰাৰ্থীৰ সন্দৰ্ভতো চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা এই বৈঠকত।