মুখ্য-পৃষ্ঠা

ভূমিকম্পই জোকাৰি গ’ল মহানগৰী…

asomiyapratidin
  • গুৱাহাটী জোকাৰি গ'ল ভূমিকম্পই।
  • ১১.৫৭ বজাত অনুভূত হয় এই ভূমিকম্প।
  • ভূমিকম্পৰ প্ৰাবল্য সন্দৰ্ভত বৰ্তমান জানিব পৰা হোৱা নাই।
  • এতিয়ালৈকে কোনো ক্ষয়ক্ষতিৰ খবৰ পোৱা হোৱা নাই।