মুখ্য-পৃষ্ঠা

নীৰৱ মোডীৰ ভগ্নীৰ বিৰুদ্ধে ইণ্টাৰপ’লৰ ৰেড কৰ্ণাৰ জাননী

asomiyapratidin
  • ইণ্টাৰপ'লে ৰেড কৰ্ণাৰ জাননী জাৰি কৰিছে পূৰবী দীপক মোডীৰ বিৰুদ্ধে ।
  • পঞ্জাৱ নেশ্যনেল বেংকৰ কেবাকোটি টকীয়া কেলেংকাৰীৰ সৈতে উচ্চাৰিত হৈছিল পূৰবীৰ নাম।
  • পূৰবী দীপক মোডী হ'ল জুৱেলাৰী ব্যৱসায়ী নীৰৱ মোডীৰ ভগ্নী।
  • বৰ্তমান পলাতক অৱস্থাত আছে অলংকাৰৰ ব্যৱসায়ী নীৰৱ মোডী।