পাঞ্জাবাৰীত দুৰ্বৃত্তৰ গুলীচালনাত মৃত্যু হোৱা ৰঞ্জিত বৰা নগাঁৱৰ পৰিবহণ বিষয়া শোনিত বৰাৰ ভাতৃ।
আৰক্ষীৰ মহাপৰিদৰ্শক নিতুল গগৈৰো আত্মীয় বৰা।
জি.এম.চি.এইছত উপস্থিত হয়গৈ মহাপৰিদৰ্শক গগৈ।
বৰাৰ বহু আত্মীয় উপস্থিত হয় জি.এম.চি.এইছত।
পূৰবী ডায়েৰীৰ বিতৰক আছিল বৰা।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো ক্লু লাভ কৰা নাই।