নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন এখন ৰাজ্যই ল'লে প্ৰস্তাৱ। বিধানসভাত গৃহীত হ'ল এই প্ৰস্তাৱ।পঞ্জাৱ বিধানসভাত এই আইনৰ বিৰুদ্ধে লোৱা প্ৰস্তাৱ গৃহীত।কেৰালায়ো এই বিতৰ্কিত আইনখনৰ বিৰুদ্ধে ইতিমধ্যে গ্ৰহণ কৰিছিল প্ৰস্তাৱ।