পুলৱামাত সন্ত্ৰাসবাদীৰে ভাৰতীয় সেনাৰ সংঘৰ্ষ।সংঘৰ্ষত নিহত এটা সন্ত্ৰাসবাদী।বৰ্তমানলৈকে উগ্ৰপন্থীৰ সন্ধানত অভিযান অব্যাহত আছে ভাৰতীয় সেনাৰ। পুলৱামাত কেইবাজনীয়া এটা সন্ত্ৰাসবাদীৰ দল আত্মগোপন কৰি থকাৰ সন্দেহ সেনাৰ।