- জম্মুৰ পুলৱামাত নিহত সকললৈ শ্ৰদ্ধাঞ্জলি।
- সন্ত্ৰাসবাদীৰে সংঘৰ্ষত নিহত হৈছিল চাৰিজনকৈ জোৱান।
- শ্ৰীনগৰত ৫৫ ৰাষ্ট্ৰীয় ৰাইফলছৰ চাৰি জোৱানলৈ শেষ শ্ৰদ্ধা জ্ঞাপন।
- নিহত সকলৰ ভিতৰত আছিল মেজৰ ভি এছ দন্ধিয়াল।
- সামৰিক অভিবাদনেৰে শ্ৰদ্ধাঞ্জলি সেনা জোৱানলৈ।
- শ্ৰীনগৰত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
- নিহত আন তিনি জন ক্ৰমে- হাবিলদাৰ ছেউ ৰাম, অজয় কুমাৰ আৰু হৰি সিং।
- এই সংঘৰ্ষত নিহত হৈছিল জম্মু-কাশ্মীৰ আৰক্ষীৰ হেড কনিষ্টবল আব্দুল ৰছিদ খালাছ।
- তেওঁকো আৰক্ষীয়ে মৰ্যাদা সহকাৰে জনালে শেষ শ্ৰদ্ধা।
- সন্ত্ৰাস বিৰোধী অভিযানত অংশ লৈছিল এইগৰাকী আৰক্ষী কনিষ্টবলে।
- এজন আৰক্ষী আৰু চাৰিজন জন সেনাসহ মুঠ জনে প্ৰাণ হেৰুৱালে এই সংঘৰ্ষত