- জম্ম-কাশ্মীৰত শ্বহীদ ভাৰতীয় জোৱান।
- সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত শ্বহীদ হয় জোৱানজন।
- আনহাতে সেনাৰ গুলীত নিহত এটা সন্ত্ৰাসবাদীও।
- নিহত সন্ত্ৰাসবাদীৰ পৰা উদ্ধাৰ কেইবাটাও মাৰনাস্ত্ৰ।
- পুলৱামাত সংঘটিত হৈছে এই ঘটনা।
- বৰ্তমান উগ্ৰপন্থীৰ সন্ধানত অভিযান অব্যাহত ভাৰতীয় সেনাৰ।