মুখ্য-পৃষ্ঠা

আহমেদাবাদত ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদঃ আৰক্ষীৰ ওপৰত শিলাবৰ্ষণ প্ৰতিবাদকাৰীৰ… VIDEO

asomiyapratidin
  • আহমেদাবাদত উত্তপ্ত পৰিস্থিতি।
  • নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰা সময়তে সৃষ্টি হয় এই উত্তেজনাৰ।
  • প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ ওপৰত কৰে শিলাবৰ্ষণ।
  • লগতে ভাঙি লণ্ড ভণ্ড কৰে কেইবাখনো দোকান-পোহাৰ।

Gujarat: Protesters pelt policemen with stones during demonstration against #CitizenshipAmendmentAct, in Ahmedabad.