মুখ্য-পৃষ্ঠা

ৰাজ্যজুৰি ছবিঘৰ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী…

asomiyapratidin
  • ৰাজ্যজুৰি ছবিঘৰ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী।
  • নতুন SOP অনুসৰি সকলো শিথিল কৰাৰ বিপৰীতে বৰ্তমানেও চৰকাৰে  বন্ধ ৰাখিছে অসমৰ ছবিগৃহ সমূহ।
  • ছবিগৃহ সমূহ বন্ধ হৈ থকাৰ প্ৰতিবাদত দেওবাৰে সমগ্ৰ ৰাজ্যজুৰি ছবিগৃহ কৰ্মচাৰী সকলে  ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ।
  • গুৱাহাটীৰ অনুৰাধা ছবিগৃহ চৌহদত কৰ্মচাৰীৰ প্ৰতিবাদ।
  • ঠিক একেদৰে তেজপুৰত আনোৱাৰ ছবিগৃহ, যোৰহাটত স্মৃতি গোপাল ছবিগৃহ, লখিমপুৰত বিশ্ব টকীজ ছবিগৃহ, শিৱসাগৰত ভাস্কৰজ্যোতি ছবিগৃহ, তিনিচুকীয়াত ৰংঘৰ ছবিগৃহ আৰু বঙাইগাঁও জলি মেক্স ছবিগৃহৰ চৌহদতো প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ।