মুখ্য-পৃষ্ঠা

মোডীৰ গৃহ ৰাজ্য গুজৰাটতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

asomiyapratidin
  • মোডীৰ গৃহ ৰাজ্য গুজৰাটতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ।
  • প্ৰতিবাদকাৰীয়ে আৰক্ষীকে ধৰি কেইবাখনো যান-বাহন ধ্বংস কৰে।
  • আহমেদাবাদৰ শ্বাহআলাম অঞ্চলত প্ৰতিবাদকাৰীক প্ৰতিৰোধ কৰিবলৈ আৰক্ষীয়ে কন্দোৱা গেছ নিক্ষেপ কৰিব লগা হয়।