মুখ্য-পৃষ্ঠা

লালকিল্লাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

asomiyapratidin
  • পতাকা উত্তোলনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হল ৰাজঘাটত।
  • ইয়াতে তেও ছহিদসকলক কৰিলে স্মৰণ।
  • ইয়াৰ পাছতে লালকিল্লাত উপস্থিত মোডী।
  • মোডীক সামৰিক অভিবাদন জ্ঞাপন।
  • কিছুসময়ৰ পাছতে পতাকা উত্তোলন কৰিব তেও।