- মঙলবাৰে আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৬৯ সংখ্যক জন্মদিন।
- জন্মদিনৰ দিনটোত তেওঁ উপস্থিত হয় গুজৰাটত।
- ৰাজ্যখনৰ বাটাৰফ্লাই গাৰ্ডেনত প্ৰধানমন্ত্ৰী মোডীয়ে খেলে পখিলাৰ সৈতে।
- বিভিন্ন প্ৰজাতিৰ পখিলা এটা মোনাৰ পৰা মুক্ত আকাশত এৰি দিয়ে তেওঁ।
- উল্লেখ্য যে, জন্মদিনত প্ৰধানমন্ত্ৰী মোডীয়ে সাক্ষাৎ কৰে মাতৃক।