দেওবাৰে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাত।পুৱা ১১ বজাৰ পৰা আৰম্ভ হ'ব এই অনুষ্ঠান।এই খণ্ডটি প্ৰধানমন্ত্ৰী মন কী বাত'ৰ ৬২ সংখ্যক খণ্ড।মাৰ্কিন ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ পৰা আদি কৰি বহু কেইটা বিষয়ৰ ওপৰত আলোকপাত কৰাৰ সম্ভাৱনা।