আজি ঘোষণা হ'ব ৰাষ্ট্রপতি নির্বাচনৰ ফলাফল।১৮ জুলাইত অনুষ্ঠিত হৈছিল দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন।এইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মলগতে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহা।২৫ জুলাইত অনুষ্ঠিত দেশৰ ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰিব।