মুখ্য-পৃষ্ঠা

চূড়ান্ত সিদ্ধান্তঃ প্ৰফুল্ল কুমাৰ মহন্তই নিৰ্বাচন নেখেলে…

asomiyapratidin
  • ২০২১ত নিৰ্বাচনত অৱৰ্তীণ নহয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।
  • এইকথা শেহতীয়াকৈ ঘোষণা কৰিলে প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নীয়ে।
  • উল্লেখ্য যে, বৰ্তমানৰ বঢ়মপুৰৰ বিধায়কগৰাকীক বিজেপি মিত্ৰজোঁটে প্ৰদান কৰা নাছিল টিকট।
  • ব্যক্তিগত স্বাৰ্থক গুৰুত্ব নিদি এই সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখ কৰে তেওঁ।
  • জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰখনে কোনো প্ৰতিশ্ৰুতি নৰখাৰ কথাও উল্লেখ কৰে তেওঁ।