মুখ্য-পৃষ্ঠা

স্বাধীনতা দিৱসৰ বাবে দিল্লীত কটকটীয়া নিৰাপত্তা বেষ্টনী, পুৱাৰ পৰাই আৰক্ষীয়ে চলাইছে তালাচী…

asomiyapratidin
  • দেশজুৰি স্বাধীনতা দিৱসৰ বাবে প্ৰস্তুতি চলোৱা হৈছে।
  • তাৰ মাজতে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী।
  • দিল্লী-নইডা ডাইৰেক্ট ফ্লাইৱেত শুকুৰবাৰৰ পুৱা আৰক্ষী তালাচী।
  • সকলো বাহন তথা মানুহৰ ওপৰত ৰাখিছে দিল্লী আৰক্ষীয়ে দৃষ্টি।
  • স্বাধীনতা দিৱস উপলক্ষে এনেদৰে চলোৱা হৈছে তালাচী।