মুখ্য-পৃষ্ঠা

১০০ কোটি লোকক ভেকচিন, দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ..

asomiyapratidin
  • দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ।
  • ১০০ কোটি লোকক ভেকচিন প্ৰদানেৰে গৌৰৱাম্বিত দেশ।
  • ৯ মাহতে ১০০ কোটি লোকক দিয়া হৈছে ভেকচিন।
  • আমাৰ দেশে আমাৰ দায়িত্ব পালন কৰিছে।
  • এইয়া এক সোণালী অধ্যায়।
  • এই মাইল খুঁটিয়ে নতুন ভাৰতৰ প্ৰতিচ্ছবি দাঙি ধৰিছে।
  • ১০০ কোটি কোভিড ভেকচিনে দেশৰ সামৰ্থক প্ৰতিনিধিত্ব কৰিছে, ৰচনা কৰিছে নতুন অধ্যায়।
  • এইয়া এক কঠিন লক্ষ্য আছিল।