পশ্চিমবংগৰ ঠাকুৰনগৰত উপস্থিত প্ৰধানমন্ত্ৰী মোডী।হেলিকপ্টাৰেৰে আহি ঠাকুৰনগৰত উপস্থিত প্রধানমন্ত্ৰীগৰাকী।এখন জনসভা আৰু ৰেলীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।কেইবা সহস্ৰাধিক লোক উপস্থিত হৈছেহি সভাস্থলীত।