মুখ্য-পৃষ্ঠা

নেপালত কথমপি বাচিল যাত্ৰীবাহী বিমান

asomiyapratidin
  • নেপালত কথমপি বাচিল এখন যাত্ৰীবাহী বিমান।
  • ৰানৱেৰ পৰা গৈ কাষৰ বননিত সোমালগৈ বিমান।
  • বিমানখনত থকা যাত্ৰীসকল সুৰক্ষিত।
  • তাৰ পাছতেই ৰামেশ্বফ জিলাত থকা বিমান বন্দৰৰ বিমান উৰণ বন্ধ কৰি দিয়া হয়।
  • লুকলাৰ পৰা বিমানখন আহিছিল ৰামেশ্বফলৈ।