মুখ্য-পৃষ্ঠা

বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, জানি লওঁক কিমান…

asomiyapratidin
  • সোমবাৰে বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰলত বৃদ্ধি পালে ২৯পইচাকৈ।
  • ইফালে বাঢ়িল ডিজেলৰ মূল্যও।
  • প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ৩০পইচাকৈ।
  • এই বদ্ধিত দামৰ সৈতে বহুকেইখন ৰাজ্যত পেট্ৰল-ডিজেলৰ দাম হৈছেগৈ ১০০ৰ ওপৰত।
  • ৰাজস্থান, মুম্বাইত পেট্ৰলৰ দামে শতকৰ ঘৰ অতিক্ৰম কৰিছে।