মুখ্য-পৃষ্ঠা

৫০দিনৰ অন্তত বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য…

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰায় ৫০টা দিনৰ অন্তত বৃদ্ধি হল পেট্ৰল ডিজেলৰ দাম। যোৱা শনিবাৰৰ পৰা বৃদ্ধি হৈছে পেট্ৰল-ডিজেলৰ মূল্য। শনিবাৰে প্ৰতিলিটাৰ পেট্ৰলত ১৫পইচাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি হৈছিল ২০ পইচাকৈ। বৃদ্ধিৰ ধাৰাবাৰিকতা অক্ষুন্ন ৰাখি দেওবাৰেও বৃদ্ধি হল পেট্ৰল-ডিজেলৰ দাম। দেওবাৰে প্ৰতিলিটাৰ পেট্ৰলত ৮পইচাৰ লগতে ডিজেলত ১৮-২০পইচা পৰ্যন্ত বৃদ্ধি কৰা হৈছে।