মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰৰ পৰা দিল্লীৰ লৈকে, ক’ত কেনেকৈ পালন হৈছে ঈদ–উজ–জোহা, একেলগে চাওক PHOTOS

asomiyapratidin

ডিজিটেল ডেস্কঃ আজি পৱিত্ৰ আজি ঈদ–উজ–জোহা। ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজত আজি বিৰাজ কৰিছে সীমাহীন আনন্দই। দেশৰ ভিন্ন প্ৰান্তত পুৱাই সমূহীয়া নামাজৰ বাবে ওলাই আহিল শিশুৰ পৰা বৃদ্ধৰলৈকে হাজাৰ হাজাৰ লোক। দেশৰ বিভিন্ন ৰাজ্যত কেনেদৰে পালন হৈছে ঈদ–উজ–জোহা, তাৰে কিছু ফটো-

মহাৰাষ্ট্ৰৰ হামিদিয়া মছজিদ
দিল্লীৰ জামা মছজিদ
মধ্য প্ৰদেশৰ ঈদগাহ মছজিদ
দিল্লীৰ এক মছজিদত কেন্দ্ৰীয় মন্ত্ৰী মুক্তাৰ আব্বাছ নকবী
আলীগড়ৰ সমূহীয়া নামাজ
বিহাৰৰ এক মছজিদৰ দৃশ্য

জম্মুৰ এক সমুহীয়া নামাজৰ দৃশ্য
ভাৰতৰ উপ ৰাষ্ট্ৰপতি হামিদ আনচাৰী, দিল্লীৰ এক মছজিদত
তেলেংগানাৰ এক দৃশ্য
শ্ৰী নগৰৰ সমূহীয়া নামাজত
জম্মুৃ-কাশ্মীৰৰ শাম্তিপূৰ্ণভাৱে সমাপন সমূহীয়া নামাজ
লক্ষ্মৌৰ ইছবাগ মছজিদ