মুখ্য-পৃষ্ঠা

পাটনাত ভয়ংকৰ পথ দুৰ্ঘটনা, ট্ৰাকৰ খুন্দাত নিহত ৫, আহত ৭…

asomiyapratidin
  • পাটনাত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • বখতিয়াৰপুৰ থানাৰ অন্তৰ্গত এলেকাত এখন ট্ৰাকে খুন্দা মাৰে অটো আৰু বাইকত।
  • এই দুৰ্ঘটনাত থিতাতে নিহত ৫জনকৈ লোক।
  • ইফালে ৭জন লোকৰ অৱস্থা সংকটজনক।
  • আহত কেইজনক ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে হাস্পতাললৈ।