আজিৰে পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন।পুৱা ১১বজাৰ পৰা আৰম্ভ হ'ব কাৰ্যসূচী।১৩ আগষ্টলৈকে চলিব এই অধিৱেশন।কেন্দ্ৰীয় চৰকাৰে এই অধিৱেশন ১৭খনকৈ বিধেয়ক উত্থাপন কৰিব।ইফালে পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ চৰকাৰক জবাবদিহি কৰিবলৈ সাজু বিৰোধী।