মুখ্য-পৃষ্ঠা

প্ৰৱল তুষাৰপাত, ২১গৰাকী পৰ্যটকৰ মৃত্যু…

asomiyapratidin
  • পাকিস্তানত ভয়ংকৰ ঘটনা।
  • পাকিস্তানৰ মুৰীত প্ৰায় ২১গৰাকী পৰ্যটকৰ মৃত্যু।
  • প্ৰৱল তুষাৰপাতৰ ফলত মৃত্যু হয় এই পৰ্যটককেইগৰাকীৰ।
  • এটা পাহাৰীয়া ষ্টেচনত আৱদ্ধ হৈ মৃত্যু হোৱা বুলি তথ্য প্ৰকাশ প্ৰশাসনৰ।
  • উল্লেখ্য যে, ষ্টেচনত প্ৰায় ১০০০খন গাড়ী বৰফত আৱদ্ধ হৈ আছে।