মুখ্য-পৃষ্ঠা

অশান্ত জম্মু-কাশ্মীৰঃ বুধবাৰৰ দিনটোত দ্বিতীয়বাৰলৈ যুদ্ধবিৰতি উলংঘন পাক সেনাৰ…

asomiyapratidin
  • অশান্ত জম্মু-কাশ্মীৰ।
  • ৰাজৌৰী সুন্দৰবাণী চেক্টৰত যুদ্ধবিৰতি উলংঘন।
  • দিনৰ ৩ বাজি ১৫ মিনিটৰ পৰা পাক সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণ।
  • ভাৰতীয় সেনাইও দিছে উচিত প্ৰত্যুত্তৰ।
  • ইফালে বুধবাৰে পুৱাই পাকসেনাৰ গুলীত কুপৱাড়াত নিহত হৈছিল ১ জন সাধাৰণ নাগৰিক।
  • আহত হৈছিল ৭ জনৰো অধিক লোক।