মুখ্য-পৃষ্ঠা

অশান্ত জম্মু-কাশ্মীৰ! পাক সেনাৰ গুলীত ছহীদ লেন্স নায়ক সন্দীপ থাপা…

asomiyapratidin
  • শনিবাৰে পুৱা ৬.৩০ বজাত পাক সেনাই জম্মু-কাশ্মীৰৰ নৌচেৰা চেক্টৰত কৰা গুলীবৰ্ষণত ছহীদ হয় ভাৰতীয় সেনাৰ এগৰাকী জোৱান।
  • ছহীদ জোৱান গৰাকী হৈছে লেন্স নায়ক সন্দীপ থাপা।
  • নৌচেৰা চেক্টৰত পোৱা গৈছে মৰ্টাৰৰ চিনো।
  • পাক সেনাই মৰ্টাৰ নিক্ষেপ কৰাৰো সন্দেহ সেনাৰ।
  • ঘটনাস্থলীত সেনাৰ উচ্চ পদস্থ বিষয়া উপস্থিত।