মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰত যুদ্ধ বিৰতি উলংঘা, নিহত ৩ পাক সেনা জোৱান…

asomiyapratidin
  • স্বাধীনতা দিৱসৰ দিনা যুদ্ধবিৰতি উলংঘা পাক সেনাৰ।
  • জম্মু-কাশ্মীৰৰ উৰী আৰু ৰাজৌৰী ছেক্টৰত গুলীবৰ্ষণ পাক সেনাৰ।
  • ভাৰতীয় সেনায়ো যোগ্যপ্ৰত্যুত্তৰ দিয়ে পাক সেনাক।
  • ভাৰতীয় সেনাৰ গুলীত নিহত ৩জন পাকিস্তান জোৱান।
  • পূৰ্বে পাক সেনাই ৫জন সেনা জোৱান নিহত হোৱাৰ দাবী কৰিছিল।
  • কিন্তু এই দাবী অস্বীকাৰ কৰে ভাৰতীয় সেনা বাহিনীয়ে।