কা, এন আৰ চিৰ বিৰুদ্ধে পুনেত অব্যাহত প্ৰতিবাদ।প্ৰতিবাদ সাব্যস্ত কৰি আটক হোৱা লোকৰ সংখ্যা ২৫০গৰাকীলৈ বৃদ্ধি।ভাৰতবন্ধৰ সমৰ্থন কৰিও আটক হৈছে বহুলোক।পুনে আৰক্ষীয়ে সদৰি কৰিছে এই তথ্য।