মুখ্য-পৃষ্ঠা

অস্কাৰ বটাঁ-২০২১ঃ কোনে কোনে আজুৰিলে শ্ৰেষ্ঠত্ব…

asomiyapratidin
  • ঘোষণা কৰা হ'ল ২০২১বৰ্ষৰ অস্কাৰ বটাঁ।
  • এই বৰ্ষত শ্ৰেষ্ঠ ছবিৰ খিতাপ দখল কৰিলে হলিউদ ছবি Nomadlandৱে।
  • 'The Father' ছবিৰ বাবে Anthony Hopkinsক প্ৰদান কৰা হৈছে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান।
  • 'Nomadaland' ছবিৰ বাবে Frances McDormandক প্ৰদান কৰা হৈছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান।
  • শ্ৰেষ্ঠ পৰিচালকৰ সন্মান 'Nomadaland' ছবিৰ পৰিচালক Chloe Zhao লৈ।
  • Best supporting অভিনেতাৰ সন্মান আজুৰিলে  Daniel Kaluuyaলৈ।
  • Judas and the Black Messiah ছবিখনৰ বাবে তেওঁলৈ এই সন্মান।