মুখ্য-পৃষ্ঠা

পুৱাই জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত আহত এজন নিৰাপত্তাৰক্ষী…

asomiyapratidin
  • জম্মু-কাশ্মীৰত শনিবাৰে পুৱা সন্ত্ৰাসবাদী আৰু নিৰাপত্তাবাহিনীৰ সংঘৰ্ষ।
  • ৰাজ্যখনৰ ছপৰেৰ মালমাপানপোৰা এলেকাত সংঘটিত হয় এই সংঘৰ্ষ।
  • সন্ত্ৰাসবাদীৰ গুলীচালনাত আহত এজন নিৰাপত্তাৰক্ষী।
  • নিৰাপত্তাৰক্ষীজনক ইতিমধ্যে লৈ যোৱা হৈছে চিকিৎসালয়লৈ।
  • নিৰাপত্তাবাহিনীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান।