মুখ্য-পৃষ্ঠা

ঘূৰ্ণি বতাহৰ পাছতে দেশৰ বহু ঠাইত বানৰ তাণ্ডৱ

asomiyapratidin
  • ঘূৰ্ণি বতাহৰ পাছতে দেশৰ ভিন্ন ঠাইত পূৰ্বৰ পৰিস্থিতিলৈ ঘূৰি অহা নাই স্বাভাৱিক জীৱন যাত্ৰা।
  • তিতলি ঘূৰ্ণি বতাহে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছিল দেশৰ বহু ঠাই।
  • তিতলিৰ পাছতে ওড়িশ্যা, অন্ধ্ৰপ্ৰদেশ আৰু পশ্চিম বংগৰ বহু ঠাইত বানৰ তাণ্ডৱ।
  • বানৰ বাবে ৰাজপথত বাহন চলাচলত অসুবিধাৰ সন্মুখীন।
  • পানীত আধালৈকে ডুবিছে বাহনসমূহ।