মুখ্য-পৃষ্ঠা

ওড়িশ্যাত ধাৰাসাৰ বৰষুণঃ নদীবান্ধৰ পানীত প্লাৱিত বিস্তীৰ্ণ অঞ্চল, চাওঁক ভিডিঅ’

asomiyapratidin
  • ওড়িশ্যাত ধাৰাসাৰ বৰষুণত জনজীৱন স্তব্ধ।
  • ৰাজ্যখনত নদ-নদীৰ পানী অস্বাভাৱিক হাৰত বৃদ্ধি।
  • কোৰাপুৰত আপাৰ কলাব বান্ধৰ গেট খুলি দিয়া হয়।
  • বান্ধৰ জলাশয়ৰ পানী বৃদ্ধি হোৱাৰ ফলত খোলা হৈছে দুখন গেট।
  • বানত প্লাৱিত হৈছে কোৰাপুৰৰ বিস্তীৰ্ণ অঞ্চল।