মুখ্য-পৃষ্ঠা

ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক ৮ম বাৰৰ বাবে বিজু জনতা দলৰ সভাপতি নিৰ্বাচিত

asomiyapratidin
  • নিৰ্বাচিত কৰা হৈছে বিজু জনতা দলৰ নতুন সভাপতি।
  • ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক ৮ম বাৰৰ বাবে সভাপতি নিৰ্বাচিত।
  • উল্লেখ্য যে, বিগত ৭ টা কাৰ্যকালত সভাপতি হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।