মুখ্য-পৃষ্ঠা

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত এন আৰ চি গোচৰৰ শুনানি…

asomiyapratidin
  • শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত এন আৰ চি গোচৰৰ সন্দৰ্ভত শুনানি।
  • পুৱা ১০.৩০ বজাত সম্পন্ন হ'ব গোচৰৰ শুনানি
  • মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠত শুনানি।
  • ৩জনীয়া বিচাৰপীঠত শুনানি সম্পন্ন হ'ব।
  • পূৰ্ণাংগ এন আৰ চি প্ৰকাশৰ পিছত প্ৰথমটো শুনানি।