মুখ্য-পৃষ্ঠা

নয়ডাত ভয়ংকৰ ঘটনা! ভাঙি পৰা অট্টালিকাৰ তলত আৱদ্ধ বহু লোক…

asomiyapratidin
  • নয়ডাত ভয়ংকৰ ঘটনা।
  • নয়ডাৰ নিটাৰী গাঁৱত ভাঙি পৰে এটা অট্টালিকা।
  • এই ঘটনাত গুৰুতৰভাৱে আহত ২জন।
  • ইফালে, বহু কেইজন এতিয়া আৱদ্ধ হৈ আছে অট্টালিকাটোৰ ধ্বংসস্তূপত।
  • উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।