মুখ্য-পৃষ্ঠা

চতুৰ্থ স্থানত শপত লয় নীতিন জয়ৰাম গাডকাৰীয়ে

asomiyapratidin
  • চতুৰ্থ স্থানত শপত লয় নীতিন জয়ৰাম গাডকাৰীয়ে।
  • মোডীৰ প্ৰথম কাৰ্যকালত পৰিবহণ মন্ত্ৰী আছিল নীতিন গাডকাৰী।
  • ২০০৯ৰ পৰা ২০১৩ চনলৈ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ আছিল নীতিন গাডকাৰী।
  • অমিত শ্বাহৰ পাছতে কেবিনেট মন্ত্ৰীৰূপে শপত লয় গাডকাৰীয়ে।